মঙলদৈ বৃহত্তৰ ৰঙামাটি অঞ্চলত বান পানী কমিছে যদিও দুৰ্দশা কমা নাই বানাক্ৰান্তৰ মাজত। ননৈ, নোৱা আৰু শাক তোলা নৈৰ বাঢ়নী পানীয়ে বান পৰিস্থিতি ভয়াবহ কৰি সমগ্ৰ ৰঙামাটি অঞ্চলটোক স্তব্ধ কৰি তুলিছিল। এতিয়া বান পানী কমিছে যদিও খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতিৰ মুখামুখি হৈছে বন্যাতৰ সকল। আজি বেংক অৱ বৰোদা গুৱাহাটীস্থিত প্ৰাধিকাৰী সংস্থাটোৱে বৃহত্তৰ ৰঙামাটি মৌজাৰ কেওত পাৰা গাঁৱৰ প্ৰায় ২৫০ টা পৰিয়ালক চাউল, মিঠাতেল, চাবোন, ফেনাইল, গাখীৰ, বিস্কুট আদিকে ধৰি কেতবোৰ সামগ্ৰী বিতৰন কৰাত সন্তোষ প্রকাশ কৰিছে বন্যাতসকলে।বানত সৰ্বস্বান্ত হোৱা পৰিয়াল কেইটিক কৰা সাহায্যই বেংক অৱ বৰোদা প্ৰাধিকাৰী সংস্থাটোক মহানুভৱতাৰ পৰিচয় দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત પશ્ચિમમાં ભાજપનો ડોર ટુ ડોર પ્રચારમાં કાર્યકર્તાઓ જોડાયા
ભારતીય જનતા પાર્ટીને ગુજરાતમાં પ્રચંડ જનસમર્થન સાથે પુનઃ વિજયી બનાવવા આજરોજ ૧૬૭ સુરત પશ્ચિમ...
Heat Wave Alert: गर्मी रोज तोड़ रही रिकॉर्ड... 'लू' के थपेड़ों से लोगों को राहत नहीं, आया मौसम विभाग का ताजा अलर्ट
नई दिल्ली। पूरे उत्तर भारत में भीषण गर्मी और लू ने लोगों को बेहाल कर दिया है। लू के थपेड़ों...
અમદાવાદ સરદારનગર વિસ્તારની ઘટના મહિલાની છેડતી કરનાર શખ્સએ યુવક ઉપર કર્યો જીવલેણ હુમલો.#google #dgp
અમદાવાદ સરદારનગર વિસ્તારની ઘટના મહિલાની છેડતી કરનાર શખ્સએ યુવક ઉપર કર્યો જીવલેણ હુમલો.#google #dgp
બનાસકાંઠા ની 5 વિધાનસભા બેઠક માટે ભાજપ ની સેન્સ પ્રક્રિયા પૂર્ણ
બનાસકાંઠા ની 5 વિધાનસભા બેઠક માટે ભાજપ ની સેન્સ પ્રક્રિયા પૂર્ણ
रोहा के पेटबढा में जंगली हाथियों के झुंड ने मचाया तांडव,तहस नहस फसल घरद्वार।
रोहा के पेटबढा में जंगली हाथियों के झुंड ने मचाया तांडव,तहस नहस फसल घरद्वार।