অসম কৃষি-বাণিজ্য আৰু গ্রাম্য ৰূপান্তকৰণ প্রকল্প চমুকৈ এপার্টৰ অন্তৰ্গত হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডৰ বয়ন শিল্পীসকলৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে ৩০ দিনীয়া কৰ্মদিন সামৰি আয়োজন কৰা প্ৰশিক্ষণ কাৰ্য্যসূচীৰ ২৯ জুলাই, শুকুৰবাৰে সামৰণি পৰে।এই প্ৰশিক্ষণ অনুষ্ঠানখন চৰাইদেউ জিলাৰ লাকুৱাত অৱস্থিত সামুহিক সুবিধা কেন্দ্রত অনুষ্ঠিত কৰা হৈছিল। চৰাইদেউ জিলাৰ হস্ততাঁত আৰু বস্ত্রশিল্প অধীক্ষকৰ কার্যালয় আৰু চৰাইদেউ চিল্ক এণ্ড এগ্রো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ জৰিয়তে হস্ততাঁত - বস্ত্রশিল্প সঞ্চালকালয়ৰ প্ৰকল্প পৰিচালনা আৰু ৰূপায়ন কেন্দ্রই আয়োজন কৰা এই প্রশিক্ষণ কাৰ্য্যসূচীত মুঠ ২০ গৰাকী শিপিনীয়ে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে সফলতাৰে এই প্ৰশিক্ষণ কাৰ্য্যসূচী সম্পন্ন কৰে । প্রশিক্ষণত ভাগ লোৱা প্ৰতিগৰাকী শিপিনীক সঞ্চালকালয়ৰ তৰফৰ পৰা একোখনকৈ মানপত্র প্রদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અસલી નોટ મુદ્દે આર.બી.આઈની નવી ગાઈડ લાઈન.
ભારતીય રિઝર્વ બેંક (RBI) એ 500 અને 2000 રૂપપિયાની નકલી નોટોના ચલણ અંગે લોકોને ચેતવણી આપી...
નડિયાદ માં કાર બની સ્પાઇડર મેન પાર્કિંગ કરેલી બાઇકો પર ચઢી ગઈ
નડિયાદ ખાતે જૂની ખેડા જિલ્લા પંચાયત પાસે એક સેલેરિયો કાર GJ7 DE 3054 બેકાબુ થઈ પાર્ક...
दिल्ली के बाद अब राजकोट एयरपोर्ट पर बड़ा हादसा, टर्मिनल के बाहर तेज हवाओं के कारण शेड गिरा
राजकोट। राजकोट में दिल्ली जैसा हादसा देखने को मिला है। राजकोट के हीरासर इंटरनेशनल एयरपोर्ट...
જાફરાબાદ માં લાગી ભયંકર આગ આગ લાગતાં શું થયું સાંભળી ને ચોકી જશો
જાફરાબાદ માં લાગી ભયંકર આગ આગ લાગતાં શું થયું સાંભળી ને ચોકી જશો