আজি দৰং জিলাৰ মঙ্গলদৈ সমষ্টিৰ ডাহী নগাঁওত জিলা কৃষি বিভাগৰ উদ্যোগত পশ্চিম মঙ্গলদৈ প্ৰগ্ৰেচিভ এফ.পি.চি ৰ সৌজন্যত প্ৰায় এক হেক্টৰ মাটিত কঠীয়াসিচা কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত কুমাৰ দাস, জিলা কৃষি বিষয়া জ্যোতিষ নাথ, কৃষি উন্নয়ন বিষয়া ভাশ্বতী শৰ্মা, জিলা সহকাৰী কৃষি বিষয়া মহচিন আলি, আৰু এফ পি চি ৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত এই কঠীয়া সিচা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઠાસરા શહેરમા સફાઈ કર્મીઓની હડતાળનાં કારણે શહેરમાં ઠેર ઠેર ગંદકીનું સામ્રાજ્ય.
ઠાસરા શહેરમા સફાઈ કર્મીઓની હડતાળનાં કારણે શહેરમાં ઠેર ઠેર ગંદકીનું સામ્રાજ્ય.
Akhilesh Yadav किसके कहने पर Jaya Bachchan को बार-बार टिकट दे रहे। Netangari
Akhilesh Yadav किसके कहने पर Jaya Bachchan को बार-बार टिकट दे रहे। Netangari
Nepal President: नेपाल के राष्ट्रपति पौडेल के स्वास्थ्य में सुधार नहीं, काठमांडु से दिल्ली के एम्स किया रेफर
नई दिल्ली, नेपाल के राष्ट्रपति राम चंद्र पौडेल के स्वास्थ्य स्तर में सुधार न होने के...
मुख्यमंत्री एकनाथ शिंदे आणि फडणवीसांची खेळी फसली? Eknath Shinde | Devendra Fadnavis
मुख्यमंत्री एकनाथ शिंदे आणि फडणवीसांची खेळी फसली? Eknath Shinde | Devendra Fadnavis
তিনিচুকীয়াত প্ৰাকৃতিক সম্পদেৰে ইলেকট্ৰনিক আৰু প্ৰযুক্তি উদ্যোগৰ নতুন সুযোগ সৃষ্টি সন্দৰ্ভত সজাগতা সভা
তিনিচুকীয়াত প্ৰাকৃতিক সম্পদেৰে ইলেকট্ৰনিক আৰু প্ৰযুক্তি উদ্যোগৰ নতুন সুযোগ সৃষ্টি সন্দৰ্ভত সজাগতা...