নাজিৰা সমষ্টিৰ চন্টক চাহ বাগিছাৰ পূজা মণ্ডপত আয়োজন কৰা হয় শ্ৰীশ্ৰী গণেশ পূজা । উপস্থিত হৈ আশীষ লয় বিহুবৰ পঞ্চায়তৰ সভানেত্ৰীয়ে ।