অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ ৰান্ধনীশাল মুকলি কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।। এই ৰান্ধনীশালৰ জৰিয়তে যোৰহাট জিলাৰ প্ৰায় ৩০হাজাৰ ছাত্ৰ-ছাত্ৰীক যোগান ধৰিব মধ্যাহ্ন ভোজন ।।
গুৱাহাটীৰ পাছতে যোৰহাটত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ ৬৫সংখ্যক বিনামূলীয়া মধ্যাহ্ন ভোজনৰ ৰান্ধনীশাল প্ৰকল্প মুকলি ।।

