৮ অক্টোবৰত গুৱাহাটীৰ বেলতলাস্থিত নৱ-নিৰ্মিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত উদ্বোধন কৰা হ'ব ভৱনটি।
৮ অক্টোবৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত উদ্বোধন কৰা হ'ব বিজেপিৰ ৰাজ্যিক নৱ-নিৰ্মিত ভৱন


