বিদ্যালয় একত্ৰিকৰণত বিসংগতি ৰ অভিযোগ ৷ মাত্ৰ ৬ জন ছাত্ৰছাত্ৰী থকা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ লগত ২৪ জন ছাত্ৰছাত্ৰী থকা বৰভূঞা প্ৰাথমিক বিদ্যালয় চামিল নকৰিবলৈ শিক্ষা মন্ত্ৰীক আহ্বান স্থানীয় ৰাইজৰ ৷ ইফালে চেপন শিক্ষা খণ্ডৰ শিক্ষাবিষয়াজনে আদৰ্শ বিদ্যালয় কৰ্তৃপক্ষৰ লগত গোপন বুজাবুজি কৰি বিদ্যালয় চামিলকৰণ কৰিছে বুলি বৰভূঞা গাৱঁৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ অন্যহাতেদি চেপন খণ্ড শিক্ষা বিষয়াজনক বৰভূঞা গাৱঁৰ ৰাইজে পুনৰ দুয়োখন বিদ্যালয় চৰজমিন্ তদন্ত কৰিবৰ বাবে বাৰম্বাৰ অনুৰোধ কৰিছে যদিও ৰহস্যজনক কাৰণত তেওঁ সেয়া কৰা নাই বুলি অভিযোগ কৰিছে ৰাইজে । সেয়েহে গাৱঁৰ ৰাইজে সমগ্ৰ বিষয়টোত শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ আহ্বান কৰাৰ লগতে চেপন শিক্ষা খণ্ডৰ শিক্ষা বিষয়াজনৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पक्ष्यांचा आक्रोश पाहून डोळ्यातून पाणी येईल, हृदयद्रावक घटना । HPN MARATHI NEWS
पक्ष्यांचा आक्रोश पाहून डोळ्यातून पाणी येईल, हृदयद्रावक घटना । HPN MARATHI NEWS
अवैध वाळूची वाहतूक करणारे ट्रॅक्टर पकडले
अवैध वाळूची वाहतूक करणारे ट्रॅक्टर पकडले
पाचोड/स्वतःच्या फायद्यासाठी नदीपात्रातून अवैैधरित्या...
হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে মৰাণ আৰক্ষীৰ বাইক ৰেলী
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী । দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি...