কণ্ঠশিল্পী সিন্দু মুছৱালাৰ হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক আটক, মূল অভিযুক্ত শচীন থাপন বিষ্ণয়ক আটক কৰে পাঞ্জাৱ পুলিচে

আজাৰবাইজানৰ পৰা আটক কৰে শচীন থাপন বিষ্ণয়ক । হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল আনমোল বিষ্ণয়, আনমোল বিষ্ণয়ক কেনিয়াৰ পৰা আটক কৰে আৰক্ষীয়ে ।