সংবাদদাতা, টংলাঃ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ জনসভাৰ পৰা উভতি আহোঁতেজন সভাত অংশগ্ৰহণ কৰিবলৈ অহা চাৰি গৰাকী মহিলা গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়। জানিব পৰা মতে ৩০ আগষ্টত মুখ্যমন্ত্ৰীৰজন সভাত অংশগ্ৰহণ কৰি ভৈৰৱকুণ্ডৰ পৰা ঘৰ অভিমুখে আহি থকাৰ মুহূৰ্ত বাছ এখনৰ সৈতে মুখ মুখী হোৱাত পথ দুৰ্ঘটনা হয়। দুৰ্ঘটনাত চাৰি গৰাকী মহিলা আঘাত প্ৰাপ্ত হয়। লগে লগে আঘাত প্ৰাপ্ত মহিলা কেইগৰাকীক ওদালগুৰিৰ বৰনগাঁৱত অৱস্থিত হস্পিতালত চিকিৎসাৰ বাবে তাৎক্ষণিক ভাৱে ৩৯ নং পাচঁনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এম চি এল এ জীতু কিষাণৰ তৎপৰতাত আৰু চাহ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি বলৰাম চাৱাছীৰ সহযোগিতাত চাৰিও গৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰনগাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক তথা উপ অধীক্ষক ডঃ ঠাকুৰীয়াই তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰে বুলি প্ৰাক্তন এম চি এল এ জীতু কিষাণে জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Computer टीचर ने अन्य विषयों के क्लास लेने से किया इनकार तो महिला प्रिंसिपल ने पीटा
Breaking News: Computer टीचर ने अन्य विषयों के क्लास लेने से किया इनकार तो महिला प्रिंसिपल ने पीटा
શિવરાજપુર ગામે ગુજરાત હિન્દુ નાઈ સમાજ જસદણ હુંડા નું સ્નેહમિલન યોજાયું પ્રમુખોની વર્ણી કરાય
જસદણ હુંડા ના સ્નેહમિલન સમારોહ માં પ્રમુખ તરીકે શ્રી અશોકભાઈ નાગરભાઈ રાઠોડ,ઉપપ્રમુખ રાજુભાઈ...
स्कूल कार्यक्रम के लिए संपर्क करें
स्कूल कार्यक्रम के लिए संपर्क करें
9879106469/9408788006
UPSCৰ ফলাফলত শীৰ্ষৰ চাৰিস্থানত মহিলাৰ দখলত
🔴UPSCৰ ফলাফলত শীৰ্ষৰ ৪টা স্থানত মহিলা দখলত।
🔴সৰ্বভাৰতীয় তালিকাৰ শীৰ্ষত ঈশিতা কিশোৰ।...