এটি দুইবছৰীয়া শিশুৰ মৃত্যুক লৈ উদ্ভৱ হয় এই পৰিস্হিতি
শিশুটিৰ বামুনঝাৰস্হিত মোমায়েকৰ গৃহত পানীত পৰি মৃত্যুৰ হোৱাৰ পিছত দেউতাকৰ ঘৰত খৱৰ নিদি চিকিৎসালয়ত শিশুটিৰ মৃতদেহ পেলাই থৈ মোমায়েকৰ গৃহৰ পৰিয়াল পলাই যোৱাৰ অভিযোগ পিতৃ পৰিয়ালৰ
শিশুটিৰ পিতৃ গৃহত গাঁওৰ অন্যলোকে দিয়ে খৱৰটি
এই ঘটনাত পিতৃৰ ঘৰৰ পৰিয়ালে শিশুটিৰ মৃত্যুৰ বাবে মোমায়েকৰ ঘৰৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। মৃত শিইশুটিৰ নাম মনজিৎ মেধি।