সংবাদদাতা, টংলাঃ বড়োলেণ্ড স্বায়ত্ত শাসিত অঞ্চলৰ শিক্ষা ব্যৱস্থালৈ অধিক সক্ৰিয় আৰু শক্তিশালী পৰিৱৰ্তন কঢ়িয়াই অনাৰ এক অভিযান আৰম্ভ কৰাৰ মানসেৰে ৩০ আগষ্টত ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত বড়োলেণ্ড বিদ্যালয় দত্তক চেম্পিয়নৰ গুৰুত্বপূৰ্ণ বৈঠক এখন হৈ যায়। বৈঠকত বি টি চি প্ৰধান প্ৰমোদ বড়োয়ে পিছ পৰা গ্ৰাম্য আৰু নগৰীয়া চৰকাৰী বিদ্যালয় সমূহক আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰা কৰি বিদ্যালয় সমূহৰ সুচাৰু অন্ত গাঁথনি আৰু ফলাফল প্ৰদৰ্শন ক্ষেত্ৰত চহৰৰ আগশাৰীৰ বিদ্যালয়সমূহৰ সমান্তৰাল ভাবে অগ্ৰসৰ হব পৰা আৰু ব্যক্তিগত সহায় সমৰ্থনৰ দ্বাৰা চৰকাৰী ভাবে উপলব্ধ বিভিন্ন শিক্ষাম্বেষী কাৰ্যসূচীৰ সৈতে খাপ খুৱাই গুণগত শিক্ষাৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰী সকলক সম্পূৰ্ণ ক্ষমতাৰ সম্পন্ন ৰূপত বিকশিত কৰণৰ বাবে আদৰ্শ পৰিবেশ সৃষ্টি কৰাৰ লক্ষ্য উদ্দেশ্যৰে এই আঁচনি হাতত লোৱা হৈছে বুলি কয়। তেওঁ কয় যে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী লিখিব পঢ়িব নোৱাৰিলে লাজৰ কথা হব। আমাৰ ছাত্ৰ ছাত্ৰীৰ সপোন বোৰ ডাঙৰকৈ দেখুৱাব লাগিব। ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা নোপোৱাৰ বাবে নিজৰ ওপৰত বিশ্বাস নোহোৱা হৈছে যে জীৱনত কি কৰিব, কি সিদ্ধান্ত গ্ৰহণ কিৰিব। আমি এতিয়া বিদ্যালয় বোৰৰ পৰিবেশ উন্নত কৰিব লাগিব বুলি কোৱাৰ লগতে ১০টা ভাষা শিক্ষা চেণ্টাৰ আৰু ৰেল বিভাগৰ কোচিং চেণ্টাৰ খোলা হব বুলি আজি ঘোষণা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોગ્રેસી યુવા નેતા કિસન પલાસને દાહોદ બેઠક પરથી ટીકીટ નહી આપવામા આવેતો અપક્ષ લડવાની અટકલોએ પકડ્યુ જોર
કોગ્રેસી યુવા નેતા કિસન પલાસને દાહોદ બેઠક પરથી ટીકીટ નહી આપવામા આવેતો અપક્ષ લડવાની અટકલોએ પકડ્યુ જોર
પંજાબ ભટીંડા આર્મી કેન્ટમાં ફાઇરીંગનો સીલસીલો યથાવત છે ફરી ફાઇરીંગ થી એક જવાનનુ મોત થતા ખળભળાટ મચ્યો
પંજાબ ભટીંડા આર્મી કેન્ટમાં ફાઇરીંગનો સીલસીલો યથાવત છે ફરી ફાઇરીંગ થી એક જવાનનુ મોત થતા ખળભળાટ મચ્યો
Israel Hamas War:ग़ज़ा में युद्ध के कारण बढ़े हैं मिसकैरिज, पैदा हो रहे हैं मरे हुए बच्चे(BBC Hindi)
Israel Hamas War:ग़ज़ा में युद्ध के कारण बढ़े हैं मिसकैरिज, पैदा हो रहे हैं मरे हुए बच्चे(BBC Hindi)
પાલીતાણા આદિનાથ હેલ્થ કેર સેન્ટર દ્વારા નિદાન કેમ્પ કરવામાં આવ્યો
પાલીતાણા આદિનાથ હેલ્થ કેર સેન્ટર દ્વારા નિદાન કેમ્પ કરવામાં આવ્યો