ধেমাজিত দৰিদ্ৰ পৰিয়ালক বঞ্চিত কৰি দুমহলীয়া ঘৰ থকা পৰিয়াললৈ চৰকাৰী আৱাসগৃহ! বিষ্ণুপুৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত ব্যাপক দুৰ্নীতিৰ ।ধেমাজিত দৰিদ্ৰ পৰিয়ালক বঞ্চিত কৰি দুমহলীয়া ঘৰ থকা তথা আট্ৰালিকা সদৃশ ঘৰৰ পৰিয়ালে লাভ কৰিছে PMAY আৱাসগৃহ । দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা দুখীয়া পৰিয়ালৰ বিপৰীতে চৰকাৰী ঘৰ লাভ কৰিছে ধনী পৰিয়ালে। ধেমাজি উন্নয়ন খণ্ডৰ কাৰ্য্যালয় অন্তৰ্গত বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ নাথ গাওঁ আৰু কৌবত্ত গাঁৱত সংঘটিত হৈছে এই অনিয়ম। কেৱল দুমহলীয়া ঘৰ থকা পৰিয়ালেই নহয় চৰকাৰী চাকৰি থকা পৰিয়ালৰ মূৰব্বীয়েও লাভ কৰিছে PMAY গৃহ। যি সময়ত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ PMAY গৃহৰ দিয়া ক্ষেত্ৰত নিকা আৰু দূৰ্নীতিমুক্ত ভাবে দিয়াৰ কথা কয় , তাৰ বিপৰীতে পঞ্চায়তৰ জন প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰী সৈতে মিলিত হৈ সংঘটিত কৰিছে এই দূৰ্নীতি। আচলতে কোন পাইছে PMAY গৃহ সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। ধেমাজি বিষ্ণুপুৰ গাওঁ পঞ্চায়তত সংঘটিত হোৱা দূৰ্নীতি/অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি পংকজ বৰগোহাঁই নামৰ যুৱক জনে পঞ্চায়তৰ সভাপতি ৰোহিনী বৰুৱা আৰু সচিবৰ বিৰুদ্ধে ধেমাজি আৰক্ষীৰ অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল। আনহাতে জিলা খনৰ চিচিবৰগাওঁ উন্ন খণ্ড অধিনত ৬০ টা গৃহৰ অনিয়মৰ তথ্য পোহৰলৈ আহিছে।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MP Election 2023: वोट डालने पहुंचे Kamalnath, CM शिवराज पर लगाए गंभीर आरोप | MP Voting | Congress
MP Election 2023: वोट डालने पहुंचे Kamalnath, CM शिवराज पर लगाए गंभीर आरोप | MP Voting | Congress
গঞ্জুপাৰাত মুড়া নামৰ এজন ব্যক্তিক অচিনাক্ত দুৰ্বৃত্তই দাৰে আক্ৰমণ কৰি পথৰ কাষৰ নলাত পেলাই থৈ যায়
গঞ্জুপাৰাত মুড়া নামৰ এজন ব্যক্তিক অচিনাক্ত দুৰ্বৃত্তই দাৰে আক্ৰমণ কৰি পথৰ কাষৰ নলাত পেলাই...
T20 World cup 2022: The net run rate will decide the semifinalist in Group 1
T20 World Cup 2022 Australia
The rain is spoiling the T20 World cup Party in Australia. A...
बालू से भरे ट्रेक्टर ने बाइक सवार को मारी ,तीन घायल
अजयगढ:-अजयगढ करतल रोड नंदनपुर के पास मोड में बालू से भरे ट्रैक्टर ट्राली ने बाइक सवार को टक्कर...
Surat: ઉકાઇ ડેમમાં પાણીની આવક યથાવત
સુરત:ઉકાઇ ડેમમાં પાણીની આવક યથાવત