অসম লোকসেৱা আয়োগৰদ্বাৰা আয়োজিত (অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, ৰূপান্তৰ আৰু উন্নয়ন বিভাগ)ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ Inspector of Statistics হিচাপে নিযুক্তি লাভ কৰা জাৰ্ণেলিকা বৰুৱাক আজি নিজা বাসগৃহত উপস্থিত হৈ অভিনন্দন সঁফুৰা জ্ঞাপন কৰে সদৌ চকৰিগঞা বংশাৱলী সভাই ৷ এখন ফুলাম গামোচা, চেলেং, শৰাই, জাপি আৰু সদৌ চকৰিগঞা বংশাৱলী সভাৰ সভাপতি ৰমেশ বৰুৱা, যুতীয়া শিক্ষা সম্পাদক অভিজিৎ মৰাণ আৰু মনোজ বৰুৱা, সম্পাদক হেমন্ত মৰাণৰ স্বাক্ষৰিত এখন অভিনন্দন পত্ৰ প্ৰদান কৰে ৷
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা জাৰ্ণেলিকা বৰুৱাক অভিনন্দন সঁফুৰা সদৌ চকৰিগঞা বংশাৱলী সভাৰ
![](https://i.ytimg.com/vi/vwGKPFaVw4Q/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)