গোলাঘাট এমেচাৰ টিকিৰ ভৱন সভাকক্ষত মঙ্গলবাৰে সদৌ অসম প'লট্ৰী কৃষক সন্থা গোলাঘাট জিলা প'লটী সমিতি গঠন কৰা হয় । গোলাঘাট জিলাৰ প্ৰায় চাৰিশতাধিক প'লট্ৰী কৃষকৰ উপস্থিতিত কোম্পানীৰ অধীনত যি সকল কৃষকে প'লট্ৰী ফামৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰি আছে সেই কৃষক সকলক কোম্পানীৰ তৰফৰ পৰা উচিত সা-সুবিধা প্ৰদান কৰিব বাবে জিলা উপায়ুক্ত মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰো সন্থাটোৱো।
সদৌ অসম প'লট্ৰী কৃষক সন্থা গোলাঘাট জিলা সমিতি গঠন
![](https://i.ytimg.com/vi/L9izyaLqPPk/hqdefault.jpg)