ভাৰতীয় জনতা পাৰ্টীৰ মাজুলী জিলাৰ মুখ্য কাৰ্য্যালয়ত সন্মানীয় শ্ৰী যুত অৰূপ নাথ ডাঙৰীয়াৰ সভাপতিত্বত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখন বৃক্ষ ৰোপণ কাৰ্যসূচীৰে আৰম্ভ হয়। এই সভাত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সাংগঠনিক দিশৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। শ্ৰী যুত অৰূপ নাথে শলাগৰ শৰাই আগবঢ়ায় আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে এই সভা ভংগ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আগৰতলাৰ পৰা বিশেষ বিমান যোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
আগৰতলাৰ পৰা বিশেষ বিমান যোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
▶️মাৰ্ঘেৰিটাত নিশা অবৈধ জন্তুৰ হাড় ভৰ্তি এখন ট্ৰাক জব্দ
▶️মাৰ্ঘেৰিটাত নিশা অবৈধ জন্তুৰ হাড় ভৰ্তি এখন ট্ৰাক জব্দ
Breaking News: Sambhal में नेताओं को रोके जाने पर बोले Akhilesh Yadav | Sambhal Jama Masjid
Breaking News: Sambhal में नेताओं को रोके जाने पर बोले Akhilesh Yadav | Sambhal Jama Masjid
Iran attacks Pakistan : ईरान-पाकिस्तान तनाव पर India, USA और China क्या बोले? (BBC Hindi)
Iran attacks Pakistan : ईरान-पाकिस्तान तनाव पर India, USA और China क्या बोले? (BBC Hindi)