টিংখাঙৰ ৰাজগড়ত বৃহত্তৰ টিংখাংবাসী ৰাইজৰ সহযোগত ১০ আৰু ১১ চেপ্তেম্বৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলন। টিংখাঙৰ বিভিন্ন প্ৰান্তত এতিয়া উদ্যোক্তা সমিতিয়ে প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলনখনৰ প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন চাহ বাগিছাই বাগিছাই গৈ উদযাপন সমিতিয়ে ৰাইজক নিমন্ত্ৰণ দিছে। লগতে উদযাপন সমিতিয়ে সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা একান্তই কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  तोंडचिर येथे जंगी कुस्त्याचा कार्यक्रम संपन्न 
 
                      तोंडचिर येथे जंगी कुस्त्याचा कार्यक्रम संपन्न
                  
    लेंढारी  में बाइक सवार टकराए 
 
                       पांढुर्णा गुरुवार शाम को लेंढारी मार्ग पर दो बाइक सवार आपस में टकरा गए| घटना में दोनों के...
                  
   গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন। 
 
                      গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস আৰু চলচ্চিত্ৰ দিৱস উদযাপন তিনি যুৱ সাহিত্যিকক সম্বৰ্ধনা...
                  
   অসম আৰক্ষী কণিষ্টবল পৰীক্ষাত সাফল্য;দেৰগাঁৱৰ ছ'গুৰি চাপৰিৰ ৯ গৰাকী যুৱক-যুৱতীৰ মুখত প্ৰাপ্তিৰ আনন্দ 
 
                      অসম আৰক্ষী কণিষ্টবল পৰীক্ষাত সাফল্য;দেৰগাঁৱৰ ছ'গুৰি চাপৰিৰ ৯ গৰাকী যুৱক-যুৱতীৰ মুখত প্ৰাপ্তিৰ আনন্দ
                  
   વલભીપુર તાલુકાના કાનપર ગામે બાલા હનુમાન આશ્રમમાં રામ પારાયણ જ્ઞાનયજ્ઞ નુ આયોજન કરાવામાં આવ્યુ હતું 
 
                      વલભીપુર તાલુકાના કાનપર ગામે બાલા હનુમાન આશ્રમમાં રામ પારાયણ જ્ઞાનયજ્ઞ નુ આયોજન કરાવામાં આવ્યુ હતું
                  
   
  
  
   
  
   
   
  