টিংখাঙৰ ৰাজগড়ত বৃহত্তৰ টিংখাংবাসী ৰাইজৰ সহযোগত ১০ আৰু ১১ চেপ্তেম্বৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলন। টিংখাঙৰ বিভিন্ন প্ৰান্তত এতিয়া উদ্যোক্তা সমিতিয়ে প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলনখনৰ প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন চাহ বাগিছাই বাগিছাই গৈ উদযাপন সমিতিয়ে ৰাইজক নিমন্ত্ৰণ দিছে। লগতে উদযাপন সমিতিয়ে সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা একান্তই কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ऑपरेशन साईबर स्ट्राईक के तहत दो साईबर ठग गिरफ्तार, 2 मोबाईल फोन, चैकबुक बरामद
बूंदी। ऑपरेशन साईबर स्ट्राईक के तहत साईबर पुलिस थाना ने बड़ी कार्यवाही करते हुए दो साईबर ठगों को...
स्थळ पाहणीतून विद्यार्थ्यांच्या ज्ञानाच्या कक्षा रुंदावतात- डॉ.शेख आतिक
एस के एच मेडिकल महाविद्यालयाचा अभ्यास दौरा संपन्न.
बीड (प्रतिनिधी) सोनाजीराव क्षीरसागर...
গোলাঘাট আলুপতিত হাতে লোতে স্থানীয় লোকে কৰায়ত্ত এটা তেল চোৰ l আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ পিচতো
গোলাঘাটত শাৰদীয় দুৰ্গা পূজাৰ বাবে নগৰৰ বজাৰৰ সমূহত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয় থকা সময়তে চুৰৰ...
10 Worst Testosterone Killers (avoid at all costs!)
10 Worst Testosterone Killers (avoid at all costs!)
Maruti Suzuki पर भी Microsoft के सर्वर डाउन का असर, पिछले 3 घंटे से काम ठप
Maruti Suzuki India के सिस्टम पर हुए साइबर हमले के कारण पिछले कई घंटो से कामकाज ठप है। कंपनी को...