ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি, ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে অসমৰ বিভিন্ন জিলাৰ জিলা উপায়ুক্ত সকলৰ সৈতে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা পাতৰ সমৰ্থন মুল্য নিৰ্ধাৰণৰ বাবে ভিডিঅ' কনফাৰেন্স যোগে এক গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰে মন্ত্ৰী বিমল বৰাই । সভাত প্ৰতি মাহৰ প্ৰথম সপ্তাহত ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি, কেঁচা চাহ পাত ক্ৰয় কৰা ফেক্টৰীৰ প্ৰতিনিধি তথা tea বৰ্ডৰ প্ৰতিনিধি তথা সংশ্লিষ্ট পক্ষৰ উপস্থিতিত জিলা উপায়ুক্তৰ অধ্যক্ষতাত নিয়মীয়াকৈ নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। অন্যহাতে খেতিয়ক সকলে যাতে নিয়মিতভাৱে সাঁৰ তথা ঔষধ পাতি সমূহ পাই থাকে লগতে চাহ উদ্যোগ সমূহ চলাব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ গেছৰ যোগান নিয়মীয়া হৈ থাকে তাৰ প্ৰতিও গেছ বিতৰণ কোম্পানী সমূহৰ লগত জিলা উপায়ুক্ত সকলক যোগাযোগ স্থাপন কৰিবৰ বাবে আহ্বান জনায় মন্ত্ৰী বিমল বৰাই। ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি সকলৰ লগতে বিভিন্ন বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કડી :સુરજ ગામે ચાર ઈસમોએ સમાધાન કરાવવા ગયેલ યુવક પર હુમલો કર્યો, ફેક્ચર થતા હોસ્પિટલ ખસેડાયો
કડી તાલુકાના લક્ષ્મીપુરા ગામનો યુવાન સુરજ ગામે પોતાના ફઈના ઘરે સમાધાન કરાવવા માટે ગયો હતો. જે...
মৰিগাঁৱত যুৱ কংগ্ৰেছৰ সংবাদ মেল
বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ যুৱ সভানেত্ৰী ডঃ অংকৃতা দত্তক CBIয়ে তলবৰ সন্দৰ্ভত ক্ষীৰোদ...
દાહોદના લીમખેડાનો સંઘ 300 કિલો મીટરની પદયાત્રા કરીને અંબાજી પહોંચ્યો ..
દાહોદના લીમખેડાનો સંઘ 300 કિલો મીટરની પદયાત્રા કરીને અંબાજી પહોંચ્યો ..
महात्मा जोतीराव फुले शेतकरी कर्जमुक्ती योजने ची माहिती देताना माजी आमदार हर्षवर्धन जाधव
महात्मा जोतीराव फुले शेतकरी कर्जमुक्ती योजने ची माहिती देताना माजी आमदार हर्षवर्धन जाधवकन्नड...
অসম যুৱ অলিম্পিকৰ আজি অন্তিমটো দিন
*অসম যুৱ অলিম্পিকৰ আজি অন্তিমটো দিন
*শেষৰ দিনটোত ১৫ টা ইভেন্টত অনুষ্ঠিত হ'ব খেলসমূহ...