ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ কঞাঁ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাঁৰ আটাইকেইটা পথে বানত বিধস্ত হোৱাৰ পিছতো আজিলৈকে মেৰামতিৰ কোনো ব্যৱস্থা নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । উল্লেখ্য যে যিকেইটা পথেৰে কঞাঁ ৰাজহচক্ৰ কাৰ্যালয় , কঞাঁ আৰক্ষী থানালৈ অহা যোৱা কৰিব লাগে সেইকেইটা পথৰ বিধস্ত ৰূপে সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ অমনোযোগতাৰ প্ৰকৃত ছবি প্ৰকাশ পায় । আনহাতে উক্ত বিধস্ত পথেৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ উপৰিও ৰঙিয়া মহকুমা সদৰৰ লগত পশ্চিম বড়িগোগ মৌজাৰ একমাত্ৰ যোগাযোগৰ পথ উক্ত বানে বিধস্ত কৰা পথকেইটা । ৰাইজে অনতিপলমে পথকেইটা মেৰামতি কৰাৰ দাবী জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हरियाणा में कांग्रेस सरकार बनी तो CM कौन होगा?:खड़गे बोले- जो काम करता है, उसे कुर्सी मिल जाती है
हरियाणा चुनाव के बीच कांग्रेस में CM कुर्सी को लेकर मची खींचतान पर पार्टी के राष्ट्रीय अध्यक्ष...
વડોદરા ખાતે GFIA ગુજરાત ફેશન આઇકોન 2022એવોર્ડ ફંકશન યોજાયો.
વડોદરા ખાતે GFIA ગુજરાત ફેશન આઇકોન 2022એવોર્ડ ફંકશન યોજાયો.
अपना दल एस ने मनाया लोह पुरुष सरदार वल्लभ भाई पटेल जन्म दिवस अर्पित किया श्रद्धा सुमन।
लोह पुरुष सरदार वल्लभ भाई पटेल के जन्मदिवस पर उनकी मूर्ति पर अर्पित किया गया श्रद्धा सुमन।...
Varsha Raut यांच्या ED चौकशीनंतर त्यांची, Sunil Raut यांची पहिली प्रतिक्रिया| Sanjay Raut| Shiv Sena
Varsha Raut यांच्या ED चौकशीनंतर त्यांची, Sunil Raut यांची पहिली प्रतिक्रिया| Sanjay Raut| Shiv Sena