১৯৮৮ বেটচৰ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা ৰাজ্যৰ মাননীয় মুখ্য সচিব শ্ৰীজিষ্ণু বৰুৱা ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ দিন ধৰি তেখেতৰ সৈতে ৰাজ্যখনৰ উন্নয়নৰ দিশৰ সৈতে জড়িত বিভিন্ন বিষয়ত ঘনিষ্ঠভাৱে মই কাম কৰিছিলোঁ। বিভিন্ন কঠিন কাম সুকলমে সমাধান কৰাৰ ক্ষেত্ৰত এগৰাকী সুদক্ষ বিষয়াৰূপে পৰিচিত বৰুৱা ডাঙৰীয়াই তিনি দশকৰো অধিক দীঘলীয়া সেৱাকালত ৰাজ্যখনত প্ৰশাসনৰ দিশত অপৰিসীম অৱদান আগবঢ়াই গৈছে। আজি মুখ্য সচিবৰ কাৰ্যালয়ত উপস্থিত হৈ তেখেতৰ সু-স্বাস্থ্য আৰু ভৱিষ্যৎ জীৱনৰ কুশল-মংগল কামনা কৰোঁ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াৰ হোটেল সাফাইৱাৰৰ পৰা সেনা-আৰক্ষীয়ে এহাল দম্পতিক আটক কৰা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ সংবাদমেল
তিনিচুকীয়াৰ হোটেল সাফাইৱাৰৰ পৰা সেনা-আৰক্ষীয়ে এহাল দম্পতিক আটক কৰা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী...
कौसडी येथे तरुण शेतकऱ्याची आत्महत्या*
*सोयाबीन पीक वाया गेल्यामुळे व फायनान्सचे कर्ज असल्याने पाऊल उचलला*
जिंतूर तालुक्यातील कौसडी येथील तरुण शेतकऱ्याने विषारी औषध पिऊन आत्महत्या केल्याची घटना दिनांक 15...
Jayanta Madhav is Brand Amassador of new TV reality show ASSAM TALENT LEAGUE.
The new upcoming TV reality show" ASSAM TALENT LEAGUE " is going to launch in Guwahati...
vadodara: ગંભીર બ્રિજ દુર્ઘટના કેસ; ACB કરશે તપાસ .
વડોદરા: ગંભીર બ્રિજ દુર્ઘટના કેસમાં ACB કરશે તપાસ | Gambhira Bridge | Vadodara News
AAJTAK 2 । 05 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । मिथुन राशि । GEMINI । Daily Horoscope
AAJTAK 2 । 05 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । मिथुन राशि । GEMINI । Daily Horoscope