দৰং জিলাৰ অন্য প্ৰান্ত ৰ লগতে খাৰুপেটীয়া ত ত্যাগ , শান্তি আৰু সম্প্ৰীতি প্ৰতীক ঈদ উল জোহা অতি উলাহেৰে উদযাপন কৰিছে ইছলামধৰ্মী লোক সকল । খাৰুপেটীয়া ৰ বেলতালি ঈদগাহ মৈদান ৰ লগতে টাউন মছজিদ হাজাৰ হাজাৰ লোকে সমূহীয়া কে পালন কৰিছে ঈদ ৰ নামাজ । লগতে দলগাওঁ , বেছিমৰি , ছিলবৰী , শ্যামপুৰ , ভেৰভেরি ধৰি আন আন অঞ্চল তো দেখা গৈছে ঈদ উল জোহা ৰ উৎসাহ । নতুন নতুন বস্ত্ৰ পৰিধান কৰি হাজাৰ হাজাৰ লোকে সমূহীয়া ভাবে অংশ গ্ৰহণ কৰিছে নামাজ ত
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેસાણા - જગુદણ નવી બ્રોડગેજ લાઇન મુસાફરોની અવરજવર માટે શરૂ આ નવી લાઇન તાજેતરની ગેજ કન્વર્ઝન મહેસાણા-તારંગા હિલ લાઇનનું વિસ્તરણ છે. આનાથી મહેસાણા-તારંગા હિલ સેક્શન અને ડેડિકેટેડ ફ્રેટ કોરિડોર પર ટ્રેનોની સરળ અવરજવર અને સમયની પાબંદી સુધારવામાં મદદ
ભારતીય રેલ્વે પક્ષિમ
મહેસાણા - જગુદણ નવી બ્રોડગેજ લાઇન મુસાફરોની અવરજવર માટે શરૂ...
মাজুলীৰ এজন বিশেষ সক্ষম যুৱকৰ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি
*মাজুলীৰ এজন বিশেষ সক্ষম যুৱকৰ মূখ্যমন্ত্ৰীলৈ মুকলি চিঠি*
মাজুলীৰ শ্ৰীৰাম দেৱত্তৰ গাঁৱৰ...