লক্ষীমপুৰত অল ইণ্ডিয়া চেভ এডুকেচন কমিটিৰ প্ৰতিবাদ। সন্থাটোৰ লক্ষীমপুৰ জিলা ইউনিটে জাতীয় শিক্ষানীতি ২০২২ কাৰ্য্যকৰীকৰণৰ বিৰুধীতাৰে সাব্যস্ত কৰে প্ৰতিবাদ। এই শিক্ষানীতিৰ অধীনত পুনৰ্লিখনৰ নামত ভাৰতীয় ইতিহাসৰ বিকৃতকৰণ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৱে জিলা ন্যায়িক আদালতৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं