দৰঙৰ দলগাঁও আৰু বেছিমাৰীৰ মাজত আজি পুৱা সংঘটিত এক পথ দূৰ্ঘটনাত তিনিজন লোক আহত হয়৷ বেছিমাৰীৰ চিকাৰআলীত AS 13 M 3822 নম্বৰৰ ছুইফ্ট ডিজায়াৰ এখন দ' খাৱৈত বাগৰি পৰাত স্থানীয় ৰাইজে বাহনখনৰ ভিতৰত থকা লোক সকলক উদ্ধাৰ কৰি গুৰুতৰ ভাৱে আহত ৩ জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Chugh meets acting Jathedar of Akal Takht to condole Passing away of his Brother-in-law
BJP National General Secretary Tarun Chugh today expressed deep grief at the demise of Sardar...
মৰাণত কেন্দ্ৰীয় ছ্যুকাফা দিৱসৰ লাইখুটা স্থাপন টাইপাৰ, শীৰ্ষগীত উন্মোচন
মৰাণত কেন্দ্ৰীয় ছ্যুকাফা দিৱসৰ লাইখুটা স্থাপন টাইপাৰ, শীৰ্ষগীত উন্মোচন