উজৰাচুক গাঁওৰ সমবায় এজেন্ট ৰাজীৱ শৰ্মাই দুখীয়া ৰাইজৰ বাবে আবন্টন হোৱা ৪০বেগ চাউল চোৰাংভাৱে বিক্ৰী কৰি থকা অৱস্থাতে স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে।
জামুগুৰিহাটত সমবায় চাউল চোৰাংভাৱে বিক্ৰী কৰাৰ প্ৰস্তুতি চলাওতেই ৰাইজে কৰায়ত্ব কৰিলে সমবায় এজেন্টক

