মৰাণৰ খোৱাঙত প্ৰচণ্ড ধুমুহা-বৰষুণ । গছ উভালি এটা বাসগৃহ সম্পূৰ্ণ ক্ষতিসাধন । আজি আবেলি অহা প্ৰচণ্ড ধুমুহাজাকে খোৱাঙৰ নহাজাৰ গাঁৱৰ পংকজ বৰুৱাৰ গৃহত প্ৰকাণ্ড গছ উভালি পৰাত ঘৰটো সম্পূৰ্ণৰূপে ভাগি চুৰমাৰ হৈ যায়। কোনো লোক আহত হোৱা নাই যদিও ঘৰটোৰ ভিতৰত থকা সকলো আচবাব সম্পূৰ্ণৰূপে নষ্ট হোৱা বুলি জানিব পৰা গৈছে। ধুমুহাকে খোৱাং অঞ্চলৰ বহু ঠাইত ক্ষতিসাধন কৰাৰ খবৰ আহিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા સીટ પર ભાજપના ઉમેદવારનો વિજય થયો....
ડીસા સીટ પર ભાજપના ઉમેદવારનો વિજય થયો....
शिक्षा मंत्री के क्षेत्र में स्कूलों का बुरा हाल... बच्चे पानी के लिए दर-दर भटकने को मजबूर देखिए
शिक्षा मंत्री के क्षेत्र में स्कूलों का बुरा हाल... बच्चे पानी के लिए दर-दर भटकने को मजबूर देखिए
বালিপৰাৰ দিঘলী বালিজান,দিঘলী,ঢেকেৰিগাওঁ, বালিপৰা সমবায় সমিতি কাৰ্য্যলয়ৰ চৌহদত জৰাসৰ নৈৰ বাঢ়নী পানী
বালিপৰাৰ দিঘলী বালিজান,দিঘলী,ঢেকেৰিগাওঁ, বালিপৰা সমবায় সমিতি কাৰ্য্যলয়ৰ চৌহদত জৰাসৰ নৈৰ বাঢ়নী পানী
થરા કોલેજ દ્વારા યુવા રોજગારલક્ષી તાલીમનું આયોજન કરવામાં આવ્યું.
થરા કોલેજમાં ટાટા કંસલટન્સી સર્વિસ દ્વારા યુવા રોજગારલક્ષી તાલીમનું આયોજન કરવામાં આવ્યું.
...