মৰাণৰ খোৱাঙত প্ৰচণ্ড ধুমুহা-বৰষুণ । গছ উভালি এটা বাসগৃহ সম্পূৰ্ণ ক্ষতিসাধন । আজি আবেলি অহা প্ৰচণ্ড ধুমুহাজাকে খোৱাঙৰ নহাজাৰ গাঁৱৰ পংকজ বৰুৱাৰ গৃহত প্ৰকাণ্ড গছ উভালি পৰাত ঘৰটো সম্পূৰ্ণৰূপে ভাগি চুৰমাৰ হৈ যায়। কোনো লোক আহত হোৱা নাই যদিও ঘৰটোৰ ভিতৰত থকা সকলো আচবাব সম্পূৰ্ণৰূপে নষ্ট হোৱা বুলি জানিব পৰা গৈছে। ধুমুহাকে খোৱাং অঞ্চলৰ বহু ঠাইত ক্ষতিসাধন কৰাৰ খবৰ আহিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાતના આપ સહપ્રભારી રાઘવચઢ્ઢા ઉત્તરગુજરાતમાં પ્રચંડ પ્રચાર
ગુજરાતના આપ સહપ્રભારી રાઘવચઢ્ઢા ઉત્તરગુજરાતમાં પ્રચંડ પ્રચાર
બનાસકાંઠા જિલ્લા કોંગ્રેસના મહામંત્રીએ આપ્યું રાજીનામું
*_બનાસકાઠા જિલ્લા કોંગ્રસના મહામંત્રીએ આપ્યું રાજીનામું_* .....
*જિલ્લા કોંગ્રેસ...
અંબાજી ભાદરવી મેળાને સ્વચ્છ- સુંદર રાખનાર સફાઇકર્મીઓનો જિલ્લા વિકાસ અધિકારીશ્રીએ આભાર વ્યક્ત કર્યોઃ
અંબાજી ભાદરવી મેળાને સ્વચ્છ- સુંદર રાખનાર સફાઇકર્મીઓનો જિલ્લા વિકાસ અધિકારીશ્રીએ આભાર વ્યક્ત કર્યોઃ
হোজাইত বদৰুদ্দিন আজমলৰ নেতৃত্বত বাহিৰ কৰা হৈছে বিশাল ৰেলী
অমৃত মহোৎসৱ উপলক্ষে দেওবাৰে হোজাইত বদৰুদ্দিন আজমলৰ নেতৃত্বত বাহিৰ কৰা হৈছে বিশাল ৰেলী।।আজমল ৱমেন...
नए सचिवालय में बने मंदिर, मस्जिद और चर्च का तेलंगाना के सीएम केसीआर करेंगे 25 अगस्त को उद्घाटन
हैदराबाद। तेलंगाना के मुख्यमंत्री के चंद्रशेखर राव (केसीआर) 25 अगस्त को नए सचिवालय...