১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বৰদলনি পৰা ঢকুৱাখনা সংযোগী সুৰেন বুঢ়াগোহাঁই পথৰ সোঁমাজত প্ৰকাণ্ড গাত হোৱাৰ ফলত যাতায়ত বিচ্ছিন্ন।

👉তললৈ বহি গ'ল পকি পুল

👉যাতায়ত সংযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম

👉এই ঘটনা সংঘটিত হৈছে ধেমাজি জিলাৰ বৰদলনি চাৰিআলি পৰা ৩৫ মিটাৰ নিলগত।

👉যাতায়ত বিচ্ছিন্ন হোৱা ফলত যানবাহনৰ গৰকী সকল সমস্যত পৰিছে ।

বৰ্তমান সুৰেন বুঢ়াগোহাঁই পথ চোৱা এটিয়া সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে।