ৰাজ্যিক কৰ্মচাৰীসকলে ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী ২০২৩ত বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব

ৰাজ্যিক কৰ্মচাৰীসকলে ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী ‘২০২৩ত বিশেষ নৈমিত্তিক ছুটীৰ লগতে ১২ ফেব্ৰুৱাৰী দেওবাৰে বন্ধৰ দিন লাভ কৰিব।এই বন্ধৰ সময়খিনিত কৰ্মচাৰীসকলে নিজৰ জীৱিত পিতৃ-মাতৃ অথবা শহুৰ-শাহুৰ সৈতে সময় অতিবাহিত কৰিব পাৰিব।