আজি গণেশ চতুৰ্থী।

- গণেশ চতুৰ্থীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শোনিতপুৰ জিলাতো চলিছে সিদ্ধি ভিনায়েকৰ পূজা। একে পৰিবেশ বালিপৰাতো। বালিপৰা গনেশ পূজা উদযাপন সমিতিৰ উদ্যোগত তিনি দিনীয়াকৈ আয়োজন কৰিছে গনেশ চতুৰ্থী পূজা। গনেশ চতুৰ্থী পূজা উপলক্ষে বালিপৰাৰ গনেশ পূজা মন্দপ স্থলীত উখল মাখল পৰিবেশে বিৰাজ কৰিছে। গনেশৰ বন্দনাৰে মুখৰিত বালিপৰাৰ আকাশ বতাহ