পুনৰ মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ । লতাশিল আৰক্ষীৰ সহযোগত নৱজন ৰোডৰ পৰা জব্দ হেৰইন সহ আটক এজন ড্ৰাগছ পেডলাৰ ।