মাজুলী শিক্ষা বিভাগত আজব ঘটনা ৷ মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত আউনীআটী বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ত আজি দুবছৰে নিৰুদ্দেশ এজন শিক্ষক : বিদ্যালয়ৰ অভিভাৱকৰ মাজত হাহাঁকাৰ : শিক্ষক জনৰ ঘৰ কত তাৰো কোনো তথ্য নাই বিদ্যালয় আৰু মাজুলীৰ শিক্ষা বিভাগৰ হাতত ৷ সাংবাদিক বিদ্যালয় খনত উপস্থিত হৈ শিক্ষক জনৰ তথ্য বিচৰাত অভিভাৱক সকলে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে আনি থোৱা শিলৰ ড'মৰ মাজৰ পৰা উলিয়াই আনিলে বিদ্যালয় খনৰ শিক্ষকৰ ছবি সম্বলিত এখন বেনাৰ আৰু মাধুৰ্য্য বৰাৰ চেহেৰা উলিয়াবলৈ চাবুন সানি ধুইছে বেনাৰ উলাইছে মাধুৰ্য্যৰ মুখৰ কালাৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত ৰহস্যজনক ভাৱে এটি শিশুৰ মৃত্যু। মৰাণ আৰক্ষীৰ তদন্ত।
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পথালিবাম তৰাজান গাঁৱত এটি ১১ বছৰীয়া চাহিল কৰোৱা নামৰ...
दुनिया का सबसे महंगा इंजेक्शन पहुंचा जेके लोन अस्पताल, हृदयांश को मिलेगी नई जिंदगी
स्पाइनल मस्कुलर एट्रॉपी नामक दुर्लभ बीमारी से पीड़ित हृदयांश को नई जिंदगी मिलेगी. 17.5 करोड़ के...
Devendra Fadnavis on Ajit Pawar | अजितदादांची राजकारणासाठी डायलॉगबाजी :देवेंद्र फडणवीस
Devendra Fadnavis on Ajit Pawar | अजितदादांची राजकारणासाठी डायलॉगबाजी :देवेंद्र फडणवीस