অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে ড° নাহেন্দ্ৰ পাদুন এজন যোগ্য ব্যক্তি : সাহিত্যক ড° নগেন শইকীয়া

২০২৩ চনৰ ৩১ জানুৱাৰী পৰা ৪ ফ্ৰেব্ৰুৱাৰী লৈ নাৰায়ণপুৰত অনুষ্ঠিত হব অসম সাহিত্য সভাৰ অধিবেশন | এই অধিবেশন সভাপতি পদৰ দৌৰত বহুজন প্ৰাৰ্থী নাম | ইয়াৰে এজন শিৱসাগৰ নিবাসী সাহিত্যক তথা ভাষাতত্ত্ববিদ ড° নাহেন্দ্ৰ পাদুন | ড° নাহেন্দ্ৰ পাদুৰ সমৰ্থন বিশিষ্ট সাহিত্যক ড° নগেন শইকীয়া | ড° নগেন শইকীয়া মন্তব্য অনুসৰি অসম সাহিত্য সভাৰ গুণগৰিমা অক্ষুণ্ণ ৰখা ক্ষেত্ৰত সভপতি প্ৰাৰ্থী হিচাপে ড° নাহেন্দ্ৰ পাদুনৰ যোগ্যতা আছে |