নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত দুলিয়াপথাৰ নিবাস বিশিষ্ট শিক্ষক তথা সামাজিক আৰু সাংস্কৃতিক কাৰ্যকৰ্তা জিতেন শইকীয়াক পুনৰ বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হয় ৷ ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা সংগঠন ফাউন্ডেশ্বনৰ উদ্যোগত আৰু হেল্প ইন্ডিয়া চছাইটিৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত হোৱা National Level Dance & Award Show ত আজি সন্মানিত কৰা হয় জিতেন শইকীয়াক ৷ ইয়াৰ পূৰ্ৱে শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত বাক শিৰোমণি উপাধি আৰু শিক্ষাৰত্ন বঁটাৰে সন্মানিত হৈছিল ৷ নাৰায়ণপুৰৰ বিশিষ্ট শিক্ষক আৰু সমাজকৰ্মীগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সন্মানিত হোৱাত আনন্দিত নাৰায়ণপুৰবাসী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BJP Candidate List Declared : રિવાબા જાડેજાને મળી ટિકિટ, ZEE 24 કલાક પર જુઓ LIVE
BJP Candidate List Declared : રિવાબા જાડેજાને મળી ટિકિટ, ZEE 24 કલાક પર જુઓ LIVE
દિગ્ગજ નેતા ગુલામ નબી આઝાદની નવી પાર્ટીની રચનાથી ઘાટીના પક્ષોને નુકસાન, આજે દિલ્હીમાં સમર્થકોની બેઠક
દિગ્ગજ નેતા ગુલામ નબી આઝાદના રાજીનામાથી જમ્મુ-કાશ્મીરના રાજકારણમાં ખળભળાટ મચી ગયો છે. શનિવારે...
इजरायल-ईरान युद्ध से खतरे में भारत! विदेश मंत्री एस जयशंकर ने किया बड़ा ऐलान
ईरान के इजरायल पर मिसाइल हमलों के बाद मध्यपूर्व में तनाव बढ़ गया है। इस कारण से महत्त्वपूर्ण...