আজি গণেশ চতুৰ্থী।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো তিনিদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে গণেশ পূজা।হোজাইৰ নতুন বজাৰ ব্যৱসায়ী সংস্থাৰ উদ্যোগত নতুন বজাৰৰ পাঁচআলিত উদযাপন কৰা হৈছে এই গণেশ পূজা। অস্থায়ী বাবে পেণ্ডেল সাজি গণেশ দেৱতাক অস্থায়ী বেদীত অধিষ্ঠিত কৰি আয়োজন কৰিছে এই গণেশ পূজা।তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই পূজাই এইবেলি পঞ্চমটো বৰ্ষত দিছে ভৰি।উক্ত পূজাত বিভিনস্থানৰ পৰা অহা ভক্তগণে কৰিছে পূজাঅৰ্চনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
1સપ્ટેમ્બરથી ડ્રાઈવિંગ લાઈસન્સ પ્રિન્ટ કરવાની કામગીરી સેન્ટ્રલાઈઝ્ડ
અમદાવાદના વસ્ત્રાલ આરટીઓમાં 1સપ્ટેમ્બરથી ડ્રાઈવિંગ લાઈસન્સ પ્રિન્ટની કામગીરી કરવા માટે જગ્યા...
મહુવા : પાલીકાએ ગટરનું ઢાંકણું મૂકવામાં આવ્યું પબ્લીક વાઈબની ઈમ્પેક્ટ
મહુવા : પાલીકાએ ગટરનું ઢાંકણું મૂકવામાં આવ્યું પબ્લીક વાઈબની ઈમ્પેક્ટ
जायकवाडी धरणातून वेगाने डाव्या कालव्यात पाणी सोडा
आमदार डॉ.राहुल पाटील यांची जलसंपदा मंत्र्याकडे मागणी
परभणी/प्रतिनिधी:- जिल्ह्यामध्ये पावसाने ओढ दिल्याने पिके सुकू लागली आहे. त्यामुळे जायकवाडी...