Good News
U P SC, APSC , Govt Job (Assam Police ... etc); TET .B.Ed. ৰ লগতে অন্যান্য প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হবলৈ বিচৰা সকলৰ সহায়ক হোৱাকৈ Dream Jone ৰ তৰফৰ পৰা এই বিশেষ পাঠ্যক্ৰম আগবঢ়োৱা হৈছে। অহা ১চেপ্তেম্বৰ ২০২২ তাৰিখৰ পৰা সোনাৰীৰ এলিট একাডেমীত এই পাঠ্যক্ৰমৰ পাঠদান কৰাহব। ইচ্ছুক সকলে ৭০০২৬১১৯৪৬ , ৯৯৫৪৬২৬৫৪৮ নম্বৰত যোগাযোগ কৰি নাম ভৰ্তি কৰাৰ লগতে সবিশেষ।জানিব পাৰিব।