ডিমৌ নিতাইপুখুৰীৰ জামিয়া গাওঁত বন্য হস্তীৰ তাণ্ডৱ,ভাঙি লণ্ড ভণ্ড কৰিলে বাস গৃহ

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত,শিৱসাগৰ জিলাৰ ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত নিতাইপুখুৰী জামিয়া গাঁওৰ ভাস্কৰ জ্যোতি কছাৰী ঘৰত পুৱতি নিশা বনৰীয়া হাতী প্ৰৱেশ কৰি বাসগৃহ লগতে লণ্ড ভণ্ড কৰি ভাঙি যায় বাসগৃহ