অসমৰ কেইবাটাও চৰকাৰী কাৰ্যালয়ত একেদিনাই চলিল দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান। মৰিগাঁও জিলাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক নগদ ২੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ কৰাৰ পিছতেই ডিব্ৰুগড় জিলাতাে গ্ৰেপ্তাৰ হ’ল খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী। ডিব্ৰুগড়ৰ খোৱাঙৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সহকাৰী কেৰাণী নৱজ্যোতি শৰ্মাক ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। এই কথা টুইট যোগে প্ৰকাশ কৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ মুৰব্বী জি পি সিঙে। এই সন্দৰ্ভত টুইট কৰি, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয়, যে ‘এদিনত চৰকাৰী বিষয়াৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে দ্বিতীয়টো ব্যৱস্থা। দুৰ্নীতি নিবাৰক সঞ্চালকালয়, অসমৰ হাতত গ্ৰেপ্তাৰ নবজ্যোতি শৰ্মা, ডিলিং এচিষ্টেণ্ট কাৰ্যালয়ৰ BEEO, খুৱাং, ডিব্ৰুগড়ত উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত। বৈধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા નિલકંઠ પ્લાઝા શોપિંગ સેન્ટરમાં સાપ દેખાતાં અફડાતફડી મચી જવા સાપને પકડીને સુરક્ષિત જગ્યાએ છોડી
ડીસા નિલકંઠ પ્લાઝા શોપિંગ સેન્ટરમાં સાપ દેખાતાં અફડાતફડી મચી જવા સાપને પકડીને સુરક્ષિત જગ્યાએ છોડી
જસદણ તાલુકાના ગઢાળા ગામે વાડી વિસ્તારમાં જુગાર રમતા 6 લોકોની ધરપકડ ₹147250 મુદ્દામાં જપ્ત
જસદણ તાલુકાના ગઢાળા ગામે વાડી વિસ્તારમાં જુગાર રમતા છ લોકોની ધરપકડ ₹147250 મુદ્દામાં જપ્ત ગુન્હો....
विश्व ओजोन दिवस पर हुआ विभिन्न कार्यक्रमों का आयोजन
निम्बाहेड़ा
विश्व ओजोन दिवस पर विभिन्न प्रतियोगिताओं का हुआ आयोजन!
निंबाहेड़ा।विश्व ओजोन दिवस पर...
তুলসীবাৰীত শংকৰদেৱৰ তিৰোভাব তিথি পালন
ৰঙিয়াৰ তুলসীবাৰীস্থিত বেচৰকাৰী বিদ্যালয় শংকৰদেৱ শিশু নিকেতনত আজি শ্ৰী মন্ত শংকৰদেৱৰ তিৰোভাব তিথি...