অসমৰ কেইবাটাও চৰকাৰী কাৰ্যালয়ত একেদিনাই চলিল দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান। মৰিগাঁও জিলাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক নগদ ২੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ কৰাৰ পিছতেই ডিব্ৰুগড় জিলাতাে গ্ৰেপ্তাৰ হ’ল খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী। ডিব্ৰুগড়ৰ খোৱাঙৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সহকাৰী কেৰাণী নৱজ্যোতি শৰ্মাক ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। এই কথা টুইট যোগে প্ৰকাশ কৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ মুৰব্বী জি পি সিঙে। এই সন্দৰ্ভত টুইট কৰি, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয়, যে ‘এদিনত চৰকাৰী বিষয়াৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে দ্বিতীয়টো ব্যৱস্থা। দুৰ্নীতি নিবাৰক সঞ্চালকালয়, অসমৰ হাতত গ্ৰেপ্তাৰ নবজ্যোতি শৰ্মা, ডিলিং এচিষ্টেণ্ট কাৰ্যালয়ৰ BEEO, খুৱাং, ডিব্ৰুগড়ত উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত। বৈধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajasthan Election 2023: 'राजस्थान में राम राज कांग्रेस की सरकार की देन, हमारे राम अशोक गहलोत', जानें किसने दिया ये बयान
जब सभा के दौरान मंत्री महेंद्रजीत सिंह मालवीय ने राम राज और मुख्यमंत्री अशोक गहलोत को राम बताया...
ವಿಧಾನಸೌಧದಲ್ಲಿ ರಾಜ್ಯಪಾಲರನ್ನು ಸ್ವಾಗತಿಸಿದ ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ
ಇಂದಿನಿಂದ ರಾಜ್ಯ ವಿಧಾನಮಂಡಲ ಅಧಿವೇಶನ ನಡೆಯುತ್ತಿದ್ದು, ಅಧಿವೇಶನವನ್ನು ಉದ್ದೇಶಿಸಿ ಭಾಷಣ ಮಾಡಲು ಆಗಮಿಸಿದ...
ભચાઉ નજીક સ્કોર્પિયોનું ટાયર ફાટતાં 3 મહીલાના મોત : 2 વ્યક્તિઓ ઘાયલ
ભાભર તાલુકાના મીઠા ગામનો બલોચ પરિવાર સ્કોર્પીયો લઈને સોમવારે કચ્છમાં સબંધીને મળવા જઈ રહ્યો હતો....
Kiska Hoga Rajtilak: Madhya Pradesh में बोले युवा- ‘फ्री में पैसा नहीं चाहिए’ | Anjana Om Kashyap
Kiska Hoga Rajtilak: Madhya Pradesh में बोले युवा- ‘फ्री में पैसा नहीं चाहिए’ |...
ડીસાના ઢેઢાલમાં કાર ટ્રકની પાછળ ઘૂસી જતાં બે વ્યકિતઓ ગંભીર
બનાસકાંઠામાં રખડતા પશુઓના કારણે થતા અકસ્માતોનો સીલસીલો યથાવત છે. આજે ડીસા રાધનપુર નેશનલ હાઇવે પર...