ধেমাজিৰ সক্ৰিয় স্বেচ্ছাসেৱী অনুষ্ঠান চেড'য়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী অনুষ্ঠান গুঞ্জৰ সহযোগত কালি স্হানীয় কৃষকৰ মাজত ৫ সহস্ৰাধিক বিভিন্ন ধৰণৰ ফলমূলৰ পুলি বিতৰণ কৰে ৷ ধেমাজিৰ কেইবাখনো বিদ্যালয়তো অনুষ্ঠানটোৱে নেমু , চেৰী , আমলখি , কঠালকে ধৰি ভিন্ন প্ৰজাতিৰ ফলমূলৰ পুলি বিতৰণ কৰে ৷উল্লেখযোগ্য যে পুলি বিতৰণৰ পূৰ্বে চেড'ৰ কাৰ্যালয়ত সচিব নৱজ্যোতি দত্তৰ সঞ্চালনাাত অনুষ্ঠিত সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই , শিক্ষাবিদ সুনীল কোঁচ , পবিত্ৰ বৰুৱাই অংশ লয় ৷ প্ৰণিধানযোগ্য যে ধেমাজিৰ প্ৰতিষ্ঠিত খেতিয়ক মোলান ভূঞাই সভাত গছপুলি ৰোপণৰ পদ্ধতি আৰু প্ৰতিপালনৰ সন্দৰ্ভত বহলকৈ বক্তব্য ৰাখে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Deshbhokti Divas at Lakhimpur
Deshbhokti Divos Organize by District Administration at Publicity Office
5000 mAh बैटरी के साथ Vivo लाया नया फोन, 32MP सेल्फी कैमरा और एमोलेड डिस्प्ले से लैस
Vivo Y300 Plus भारत में लॉन्च हो गया है। इस फोन को पिछले महीने चाइना में लाए गए Vivo Y300 प्रो से...
Harhi College || Bihu Dance || 76 independence day || Dhakuakhana
Harhi College || Bihu Dance || 76 independence day || Dhakuakhana
বিষধৰ সাপ ধৰা মাজুলীৰ শিক্ষক জন
মাজুলীৰ এজন শিক্ষকে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মাজুলীৰ জোনাকী ছমহীয়া আটী আদৰ্শ...
अवैध मादक पदार्थ गांजा 7.100 किलोग्रामसंस्थान के पास धुम्रपान सामग्री वेचते हुए मय धूम्रपान सामग्री सहित गिरफ्तार किया गया है
जिला पुलिस अधीक्षक कोटा शहर डॉ. अमृता दुहन ने बताया कि ऑपरेशन क्लीन स्वीप के तहत कोचिंग छात्रों...