বিশ্ব চেম্পিয়নশ্বিপত মৈঠায় খেলত ব্ৰঞ্জৰ পদক বুতলিবলৈ সক্ষম পাৰ্থ প্ৰতিম বৰুৱাক সম্বৰ্ধনা

চৰাইদেউ জিলাৰ কণমানি পাৰ্থ প্ৰতিম বৰুৱাই মালেচিয়াত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত মৈঠায় খেলত সুন্দৰ প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক বুতলিবলৈ সক্ষম হৈছে৷ নিজা কাৰ্যালয়ত কণমানি পাৰ্থক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ অভিজ্ঞতাৰ বুজ লয় মাননীয় মন্ত্ৰী যোগেন মহন