চাওঁক কি দৰে অপহৰণ কৰিছিল।সোণাৰিত নিশা চাঞ্চল্যকৰ অপহৰণ কাণ্ড, চাৰি বছৰৰ শিশুক অপহৰণ কৰি ৰঙা ঘৰৰ আলহী এজন।

নিজ ঘৰৰ বাহিৰত খেলি থকা শিশুক উঠাই নিলে নেকিব আলি নামৰ এজন যুৱকে ৷ নিজৰ সন্তানক বিচাৰি হিয়া ঢাকুৰি কান্দোন পিতৃ মাতৃৰ ৷