বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত গোগ গাঁওৰক্ষী বাহিনী উদ্যোগত আজি মঙলবাৰে সন্ধিয়া এখন ভ্ৰাগছ বিৰোধী সভা অনুষ্ঠিত হৈ যায় ৷ গোগ এল পি স্কুল প্ৰাঙ্গণত সন্ধিয়া ৭ বজাত আনুষ্ঠিত এই সভাত “গাঁৱত ড্ৰাগছৰ প্ৰাদুৰ্ভাৱ আৰু নিৰাময়” সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ৷ গোগ গাঁৱৰ পঞ্চায়ত প্ৰতিনিধি আজিজ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল কুমাৰ নাথে ৷ আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে সহকাৰী উপ পৰিদৰ্শক অভিনৱ শইকীয়া, থানা উপদেষ্টা সমিতিৰ সম্পাদক জগদীশ ডেকা , প্ৰতিদিন টাইমৰ সাংবাদিক জ্যোতিপ্ৰসাদ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য লোক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধিঙত হাতী মানুহৰ সংঘাত
ধিঙত হাতী মানুহৰ সংঘাত। লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলায় আহি জনাঞ্চলত প্ৰবেশ ।লাওখোৱাৰ...
শোকস্তব্ধ ৰহা চাপৰমুখ। বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ।পুবা ৫বজাৰ পৰা বিয়লী ৫বজালৈ বন্ধ ৰহা বন্ধৰ ঘোষনা।
অসমৰ হিয়াৰ আমঠু,জনপ্ৰিয় কন্ঠশিল্পী, হাটথ্ৰব,সংগীতশিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰ খবৰে সমগ্ৰ ৰাজ্যৰ...
বৈকুণ্ঠপুৰ কাণ্ডত জৰিত আৰু তিনি জনক আটক
বৈকুণ্ঠপুৰ কাণ্ডত জৰিত আৰু তিনি জনক আটক
नयापुरा क्षेत्र में 2 मोटरसाइकिल भिड़ंत में 2 युवक घायल
नयापुरा क्षेत्र में 2 मोटरसाइकिल भिड़ंत में 2 युवक घायल
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz