বৰক'লাত চুৰৰ তাণ্ডৱ এইবাৰ বিদ্যালয় পৰিদৰ্শন চুৰৰ।এটা নিশাতে অঞ্চলটোৰ দুখন বিদ্যালয়ৰ পৰা চুৰি হোৱা ঘটনাই অঞ্চলটোত তিব্ৰ চাঞ্চল্য ৰ সৃষ্টি কৰিছে ।দৰং জিলাৰ এখন উল্লেখ যোগ্য, অসমৰ দ্বিতীয় খন জাতীয় বিদ্যালয় শোভাৰানী জাতীয় বিদ্যালয় অসম আৰু বৰক'লা উচ্চ মাধ্যমিক বিদ্যালয়ত চোৰে নিশা চলালে তাণ্ডৱ ।বিদ্যালয় দুখনৰ পৰা বহু মূল্যবান সামগ্ৰী লৈ যায় চোৰে ।শোভাৰানী জাতীয় বিদ্যালয় কৰ্তিপক্ষই জনোৱা মতে ইয়াৰ আগতেও বিদ্যালয় খনত চোৰ কৰিছিল চোৰে । বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰি মূল কাৰ্যলয়ৰ তলা ভাঙি চোৰে লৈ গ'ল সামগ্ৰী । এটা পানী মটৰ আৰু দুটাকৈ ফেন লৈ যায় চোৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Modi US Visit: पीएम मोदी अमेरिका में रचेंगे इतिहास, ऐसा करने वाले बनेंगे देश के पहले प्रधानमंत्री
वाशिंगटन, अमेरिकी राष्ट्रपति जो बाइडन और प्रथम महिला जिल बाइडन के निमंत्रण पर प्रधानमंत्री...
মৰিগাঁও পবিতৰাহাটত ঋণ প্ৰদান আৰু পৰিশোধ শিবিৰ
মৰিগাঁও পবিতৰাহাটত ঋণ প্ৰদান আৰু পৰিশোধ শিবিৰ
Akhilesh-Rahul Press Conference: 'गाजीपुर से गाजियाबाद तक NDA का सफाया होगा', बोले- राहुल-अखिलेश
Akhilesh-Rahul Press Conference: 'गाजीपुर से गाजियाबाद तक NDA का सफाया होगा', बोले- राहुल-अखिलेश