বৰক'লাত চুৰৰ তাণ্ডৱ এইবাৰ বিদ্যালয় পৰিদৰ্শন চুৰৰ।এটা নিশাতে অঞ্চলটোৰ দুখন বিদ্যালয়ৰ পৰা চুৰি হোৱা ঘটনাই অঞ্চলটোত তিব্ৰ চাঞ্চল্য ৰ সৃষ্টি কৰিছে ।দৰং জিলাৰ এখন উল্লেখ যোগ্য, অসমৰ দ্বিতীয় খন জাতীয় বিদ্যালয় শোভাৰানী জাতীয় বিদ্যালয় অসম আৰু বৰক'লা উচ্চ মাধ্যমিক বিদ্যালয়ত চোৰে নিশা চলালে তাণ্ডৱ ।বিদ্যালয় দুখনৰ পৰা বহু মূল্যবান সামগ্ৰী লৈ যায় চোৰে ।শোভাৰানী জাতীয় বিদ্যালয় কৰ্তিপক্ষই জনোৱা মতে ইয়াৰ আগতেও বিদ্যালয় খনত চোৰ কৰিছিল চোৰে । বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰি মূল কাৰ্যলয়ৰ তলা ভাঙি চোৰে লৈ গ'ল সামগ্ৰী । এটা পানী মটৰ আৰু দুটাকৈ ফেন লৈ যায় চোৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पूर्व मंत्री मुकेश नायक के नेतृत्व मे पवई विधानसभा मे शुरू हुआ हाथ से हाथ जोड़ो अभियान।
पूर्व मंत्री मुकेश नायक के नेतृत्व मे पवई विधानसभा मे शुरू हुआ हाथ से हाथ जोड़ो अभियान।
...
સંતરામપુર વિધાનસભા સીટ પર ભાજપના ધારાસભ્ય કુબેરભાઈ ડીંડોરને પણ મંત્રી મંડળમાં સંભવિત યાદી
મહીસાગર જિલ્લાના સંતરામપુર તાલુકાના ગ્રામ્ય વિસ્તારોમાં ભંડારા ગામના વતની ડોક્ટર કુબેરભાઈ ડીંડોર...
Nothing OS 2.5 Open Beta 1: नथिंग फोन (2) यूजर्स के लिए खुशखबरी! Android 14 बेस्ड अपडेट रोलआउट कर रही कंपनी
Nothing OS 2.5 Open Beta 1 Android 14 लेटेस्ट सॉफ्टवेयर को लेकर नथिंग की ओर से भी बड़ा अपडेट...
দৰঙৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, খাৰুপেটীয়াৰ আছাম অইল তেল ডিপোৰ সমীপত চাইকেল আৰোহীক প্ৰচণ্ড খুন্দা ১৬ চকীয়া ট্ৰাকৰ, দুৰ্ঘটনাত মৃত্যু খাৰুপেটীয়াৰ সোণাৰুপট্ৰীৰ দ্বীনবন্ধু সাহা (৬০) নামৰ এজন লোক
#দৰঙৰ খাৰুপেটীয়াৰ আছাম অইল তেল ডিপোৰ সমীপত চাইকেল আৰোহীক প্ৰচণ্ড খুন্দা ১৬ চকীয়া ট্ৰাকৰ ।...