বিলাসীপাৰাৰ টিলাপাৰাত দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগীতা অনুষ্ঠিত হয়। ইটা উদ্যোগৰ সৌজন্যত আৰু টিলাপাৰাৰ যুৱক সকলৰ সহযোগত অনুষ্ঠিত হয় দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগীতা। উল্লেখ্য যে ক্ৰীড়া কেৱল খেল-ধেমালি নহয়। সুস্থ সবল জীৱন যাপন কৰাত ক্ৰীড়াই অভূতপূৰ্ব ভূমিকা আগবঢ়ায়। সুন্দৰ সবল জাতি গঠনত ক্ৰীড়াৰ গুৰুত্ব অপৰিহীম। যি সময়ত যুৱ প্ৰজন্মৰ একাংশ যুৱক-যুৱতীয়ে উদ্বেগজনক ভাৱে ড্ৰাগছৰ প্ৰতি আকৰ্ষিত হৈছে। তেনে সময়তে বিলাসীপাৰাৰ টিলাপাৰাৰ স্থানীয় যুৱক সকলে দাঙি ধৰিছে এক সুন্দৰ নিদৰ্শন। যুৱক-যুৱতী সকলক ড্ৰাগছৰ প্ৰতি নহয়, খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ টিলাপাৰাত অনুষ্ঠিত কৰিছে দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগীতাৰ। বিজয়ী খেলুৱৈ সকলৰ বাবে ব্যবস্থাও কৰিছে আকৰ্ষণীয় পুৰুষ্কাৰৰ। উক্ত খেলখনত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈৰ দলে অংশ গ্ৰহণ কৰিছে। দুই দিনীয়া উক্ত দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগীতাখন বুধবাৰে নিশা সমাপ্ত হ'ব।॥
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ducati Streetfighter V4 S भारतीय बाजार में 12 मार्च को होगी लॉन्च, जानिए फीचर्स और स्पेसिफिकेशन
Ducati India ने 12 मार्च को Streetfighter V4 S को लॉन्च करने की घोषणा की है। Streetfighter V4 S...
દાંતા 10 વિધાનસભાના ભાજપના ઉમેદવાર લાધુભાઈ પારઘીને વિજય બનાવવા માટે ડોર ટુ ડોર પ્રચાર શરૂ કરાયો.
દાંતા 10 વિધાનસભાના ભાજપના ઉમેદવાર લાધુભાઈ પારઘીને વિજય બનાવવા માટે ડોર ટુ ડોર પ્રચાર શરૂ કરાયો.
પડધરીના ડુંગરકામાં માતાએ ઠપકો આપતા પુત્રીએ ઝેરી દવા પીધી
પડધરીના ડુંગરકામાં વિઠ્ઠલભાઈ પટેલની વાડીમાં રહેતા મૂળ મધ્યપ્રદેશના વતની સંતોષી શંકરભાઈ...
আন্তঃ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী ৰবীন বড়োৱে অংকন কৰিলে এক ব্যতিক্ৰমী ছবি
আন্তঃ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী ৰবীন বড়োৱে অংকন কৰিলে এক ব্যতিক্ৰমী ছবি
বানপানী পিছত ৰঙামাটি অঞ্চলত পশু খাদ্যৰ সংকট
সমগ্ৰ ৰাজ্য লগতে মঙ্গলদৈত বানে বিধ্বস্ত কৰে। ঘৰ মাটি খেতি পথাৰ সশ্যৰ লগতে পশু খাদ্যৰ সংকটৈ...