#মন্ত্ৰী অজন্তা নেওগৰ গৃহ সমষ্টিত এজন ৰুগীক Ambulanceলৈ নিৱৰ বাবে ব্যৱহাৰ কৰিব লগা হল মালতনা গাড়ী।চাওক এক বিশেষ প্ৰতিবেদন।

 #পুৱা দিপেন ফুকন নামৰ এজন 60 উদ্ধৰ ব‍্যক্তি শাৰীৰিক ভাৱে অসুষ্ঠ হৈ পৰাত জিলা ১০৮সেৱাৰ লগত যোগাযোগ কৰে। 

#ক্ষন্তেক সময়ৰ পাছত অসম চৰকাৰৰ মৃতুঞ্জয় এম্বুলেঞ্চ আহিল যদিও মুল পথৰ পৰা ঘৰলৈ সোমোৱাত অসুবিধাৰ সন্মুখীন হৱ লগাত পৰে ।

#উপায়ন্তৰ হৈ স্থানীয় ৰূপক দত্ত নামৰ যুৱকে নিজৰ সামগ্ৰী কঢ়িওৱা গাড়ী খনেই ৰুগী জনক এম্বুলেঞ্চৰ ওচৰ পোৱাই আৰু গোলাঘাট কোশল কোৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।