মংগলবাৰে তেজপুৰ আৰক্ষীয়ে ধেমাজি সদৰ আৰক্ষীৰ সহযোগত ধেমাজি আৱৰ্তভৱনত গ্ৰেপ্তাৰ কৰে ধেমাজি আবকাৰী অধীক্ষক প্ৰিতম বৰুৱাক ৷এগৰাকী কিশোৰীক নিৰ্যাতন কৰাৰ অভিযোগত POSCO আইনৰ অধীনত অধীক্ষক বৰুৱাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ সুদূৰ তেজপুৰৰ পৰা আহি আৰক্ষীয়ে অধীক্ষক প্ৰিতম বৰুৱাক কৰা গ্ৰেপ্তাৰে ধেমাজিত বেচ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભતવાળા ટોલનાકા પાસેથી વિદેશી દારૂ જપ્ત કરવામાં આવ્યો
ભતવાળા ટોલનાકા પાસેથી વિદેશી દારૂ જપ્ત કરવામાં આવ્યો
বেছিমাৰী ত আমছুৰ সংবাদ মেল৷ সংবাদমেল সম্বোধন কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে৷
বেছিমাৰী ত আমছুৰ সংবাদ মেল৷ সংবাদমেল সম্বোধন কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে৷
થોડા દિવસ પહેલા જેલમાંથી છૂટી આવેલા પ્રોહી બુટલેગર કિશન દવે ઉપર સાથળના ભાગે પિસ્ટલના બે રાઉન્ડ ફાયરિંગ કરનારા રણજીત ધાધલ અને તેના સાગ્રીત સમીર સમાને ઝડપી પાડતી પોલીસ
મારી નાખવાના ઇરાદે પીસ્ટલ બંદુકથી બે રાઉન્ડ ફાયરીંગ કરી ગાળો આપી જાનથી મારી...
Kia Seltos की कीमतों में 2 हजार रुपये की कटौती, इन चुनिंदा वेरिएंट्स की घटी कीमतें
इसमें ग्राहकों को तीन इंजन विकल्प मिलता है। इसका पहला इंजन 1.5 लीटर वाला नैचुरली एस्पिरेटेड...