অসম আৰক্ষীয়ে প্ৰতিদিনাই ড্ৰাগছ ৰ বিৰুদ্ধে প্ৰতিদিনেই অভিযান অব্যাহত ৰাখিছে ৷ আজি ৰূপহীহাট আৰক্ষীয়েও গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ ৩২টাকৈ কন্টেইনাৰসহ আব্দুল খালেক নামৰ ড্ৰগছ সৰবৰাহ কাৰী এজনক  গ্ৰেপ্তাৰ কৰে ৷

এইলোক জনে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ সৰবৰাহ কৰি ৰূপহী হাতত ৰমৰমীয়া ড্ৰাগছৰ বেহা চলাই আহিছিল ৷