১০৯ নং বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু বিধায়কৰ শিক্ষা উন্নয়ণ সমিতিৰ উদ্যোগত লগতে মাধৱদেৱ বিশ্ববিদ্যালয় পৰিয়ালৰ সহযোগত সমষ্টিটোৰ অন্তৰ্গত সকলো প্ৰাদেশীকৃত নিম্ন প্ৰাথমিক , উচ্চ প্ৰাথমিক , মজলীয়া , উচ্চ , উচ্চতৰ মাধ্যমিক , মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতি আৰু উন্নয়ণ সমিতিৰ সভাপতি আৰু বিদ্যালয় প্ৰধানসকলৰ উপস্থিতিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হ’ব এখন শৈক্ষিক অভিবৰ্তন ৷ আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবত উদ্যোক্তাসকলৰ দ্বাৰা এক সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷ সংবাদমেল খনত লগতে জানিবলৈ দিয়ে যে অভিবৰ্তন খনত ৬০৫ শৈক্ষিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব ৷ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নয়ণৰ লগতে আন্তঃগাঁথনি উন্নয়ণকে ধৰি সকলো সমস্যা সন্দৰ্ভত আলোচনাই ঠাই পাব অভিবৰ্তন খনত ৷ পুৱা ন বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া অভিবৰ্তন খনত লখিমপুৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন , মাধবদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° দিবাকৰ চন্দ্ৰ ডেকা লখিমপুৰ জিলা বিদ্যালয়সমুহৰ পৰিদৰ্শক। ড° ৰমেশ চন্দ্ৰ চুতীয়াকে প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Instagram से कैसे होती है यूजर्स को कमाई, पैसे कमाने के लिए फॉलो करें ये टिप्स
How To Earn Money On Instagram Use These Tips आज के समय में सोशल मीडिया एंटरटेनमेंट के मामले में...
मराठवाड्यातील प्रत्येकाला रोजागाराभिमुख करण्याचा मानस.. कौशल्य मंत्री मंगलप्रभात लोढा
औरंगाबाद:प्रधानमंत्री महारोजगार मेळाव्यांना मोठ्याप्रमाणात प्रतिसाद मिळत असून याप्रकारचे मेळावे...
अडवलेला शिवरस्ता अखेर दोन्ही तालुक्यातील प्रशासनाने केला खुला
शिरुर: शिरुर तालुक्यातून पन्नास वर्षापासून जुन्नर तालुक्यात जाण्यासाठी पंचतळे -भागडी हा चालू...
સમસ્ત ગોપાલક-ભરવાડ સમાજ આયોજિત થરા સમૈયોમાં રાજ્યના મુખ્યમંત્રી ભુપેન્દ્ર પટેલની પ્રેરક ઉપસ્થિતિ
સમસ્ત ગોપાલક-ભરવાડ સમાજ આયોજિત થરા સમૈયોમાં રાજ્યના મુખ્યમંત્રી ભુપેન્દ્ર પટેલની પ્રેરક ઉપસ્થિતિ