"প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি"ৰ আঁচনিখনৰ বৰ্তমানৰ ৰূপায়ণৰ স্থিতি আৰু কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ প্ৰধান সচিবসকল, জিলাসমূহৰ উপায়ুক্তসকল আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সত মিলিত হয় মন্ত্ৰী অতুল বৰা
ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ প্ৰধান সচিবসকল, জিলাসমূহৰ উপায়ুক্তসকল আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সত মিলিত হয় মন্ত্ৰী অতুল বৰা
![](https://i.ytimg.com/vi/4pDSGtnOMXY/hqdefault.jpg)