ছিপাঝাৰৰ ঢেঁকীপাৰাত ননৈ নৈৰ গৰাখহনীয়াই সৃষ্টি কৰিছে ভাবুকিৰ। দাতিকাষৰীয়া ৰাইজলৈ কঢ়িয়াই আনিছে সাম্ভাব্য বিপদ। দৰং জিলাৰ মাজৰে বৈ যোৱা খৰস্ৰোতা নৈখনৰ জলৰাশিয়ে প্ৰায় মথাউৰী স্পৰ্শ কৰাত চিন্তিত হৈ পৰিছে দাতিকাষৰীয়া স্থানীয় ৰাইজ। লক্ষণীয় যে বিগত মাহত নৈখনৰ পাচ ঠাইত ছিগিছিল মথাউৰী। যাৰ পৰিপ্ৰেক্ষিতত নৈখনত অব্যাহত গৰাখহনীয়াকলৈ একপ্ৰকাৰ শংকিত হৈ পৰিছে সমীপৱৰ্তী ৰাইজ। প্ৰনিধানযোগ্য যে জলসম্পদ বিভাগে উক্ত অংশত বাহৰ পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছে যদিও সন্তুষ্ট নহয় নৈপৰীয়া ৰাইজ। ৰাইজে খৰস্ৰোতা নৈখনৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগৰ ওচৰত দাবী জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
21 दिन चीनी खाना छोड़ें जो होगा देख कर हैरान रह जायेंगे | Magical Benefits of Quitting Sugar | Anurag
21 दिन चीनी खाना छोड़ें जो होगा देख कर हैरान रह जायेंगे | Magical Benefits of Quitting Sugar | Anurag
Best SUVs in India: बेहतरीन परफॉरमेंस के साथ आती हैं ये 5 जबरदस्त एसयूवी, सेफ्टी के मामले में नहीं कोई तोड़
Tata Harrier को आप 15.49 लाख रुपये की शुरुआती कीमत पर खरीद सकते हैं। टाटा की इस एसयूवी को Global...
કોંગ્રેસ વધુ એક રાજીનામું @Sandesh News
કોંગ્રેસ નેતા નું વધુ એક રાજીનામું @Sandesh News
પાલનપુરનો વિદ્યાર્થી નદીમાં છલાંગ લગાવતાં મોતને ભેટ્યો
અમદાવાદમાં અટલ બ્રિજ પર અનેક લોકો રોજ મુલાકાત લે છે ત્યારે લોકોની ભીડની વચ્ચે મંગળવારે સાંજે 7:30...